সত্ৰাধিকাৰৰ কোৰান ভক্তি

অৰ্থাৎ, কোৰানৰ স্পষ্ট কথা — হয় ইছলাম স্বীকাৰ কৰা, নহ’লে মৃত্যু বৰণ কৰা। কোৰানৰ এইসমূহ বাণীৰ সাৰমৰ্ম গ্ৰহণ কৰিয়েই আক্ৰমণকাৰী মুছলমানসকলে ভাৰতৰ হাজাৰ হাজাৰ মঠ-মন্দিৰ ধ্বংস কৰিছিল, লাখ লাখ মানুহ হত্যা কৰিছিল, কোটি কোটি মানুহক বলপূৰ্বক ধৰ্মান্তৰীত কৰাইছিল।

বাবুয়ে জানো মিছা কথা কৈছে?

গায়ক বাবুৰ এটা মিউজিক ভিডিঅ’ই সমগ্ৰ অসম তোলপাৰ লগাইছে। মাজুলীৰ গাভৰু নামৰ ভিডিঅ’টোত সত্ৰীয়া নৃত্য শিকি থকা এগৰাকী গাভৰুৱে সত্ৰীয়া নৃত্যৰ পোচাকেৰে সত্ৰীয়া সংস্কৃতিৰ প্ৰদৰ্শন কৰি ভিক্ষা খুজি থকা দেখুওৱা হৈছে। সততে জাতীয় স্বাভিমানত আঘাত লগা অসমীয়াই বাকী থকা অন্তিমকণ স্বাভিমানত আঘাত পাই আকৌ এবাৰ সামাজিক আৰু সংবাদ মাধ্যমত খঙৰ ৰঙা, শোকৰ শেঁতা আৰু বেদনাৰ নীলা ৰঙৰ সমাহাৰেৰে আবেগ-ভাৱাবেগৰ এবছাৰ্ড কলাজ তৈয়াৰ কৰিছে।